Blogger
তুমাৰেই টো সময় আদি, অনাদি, অনন্ত। তুমাৰেই টো মই, দেৱা-বিবেক দিপাংকৰ।
ব্যস্তৰ সাজ জোৰ সলাই মৰমৰ সাঁজ যোৰ পিন্ধি মোৰ ওচৰত আহিবলৈ সময় হব নে তোমাৰ…?
মাজ ৰাতিৰ বুঢ়া জোনাকৰ এটি নুশুনা সাধু শুনোঁ আহা! বাস্তৱ পৃথিৱীৰ সমূলি শেষত নুহোৱা নপুজা এটি বেবেৰিবাঙ` সাধু। ডেকা জোনাকৰ আবেলিৰে ধেমালি, বাহু মেলা আকাশত তিৰবিৰ তৰালি, তামুল পাতৰ মাজৰে...
সময়ৰ সোঁতত আজি সকলো সলনি , আপোন বুলি ভবা মানুহ বোৰ আজি অচিনাকি…. কবলগীয়া একো নাই, নাই একো অভিমান আক্ষেপ….. আছে মাথো স্মৃতিবোৰ আজি আৱেগহীন বৰুষুণ জাকে বহু কথা সুৱৰাই...
এমুঠি জোনাক, একাজলী আদৰ, কিছু অভিমান, শব্দৰ সমাহাৰ, প্ৰেয়সীৰ চকুৰে বিৰিঙা তিৰবিৰ, আধা ফুটা হাঁহি, আৰু নিচেই আপোন আবদাৰ, বুকুৰ সঁফুৰাত সকলো একাকাৰ। বিৰহী দিনবোৰ স্মৃতিৰ ৰঙেৰে ৰাঙলী হ’লেও, আবেলী,...
বুঢ়া জোনাকৰ প্ৰাণৰ লগৰী সঁজাৰ চৰাই জনী দেওকা কোবাই কৰে দেওধনী এইয়া তাইৰ মুকুতিৰ ক্ষন। জাকে জাক হৈ মুক্ত বিহঙ্গী, মুকুতিৰ গান, বনৰীয়া বিহু আৰু আপোন পাহৰা প্ৰাণ । বুঢ়াই...
তোমাৰ প্ৰেমাস্পদৰ ভাল পোৱাৰ গান, প্ৰেমৰ ভাষা, গূপূত ইতিহাস, জীৱনেইটো হয়! যি নদী হৈ বয়! সেমেকা আবেলীৰ পৰৱৰ্তী জোনাকনো ক’ত জিলিকি থাকে! ক’লা ডাৱৰে বিষাদ বেলিকা অশ্ৰুৰ জোৱাৰ আনে। গিৰ...
তোমাৰ প্ৰেমৰ মহাভিষেক আজি। লাবণ্যৰ সাম্ৰাজ্ঞী, লয়লাসে গজগামিনী। সজাই তুলিছে দৰবাৰ মহাৰাজৰ এই ৰাজভৃত্যই। প্ৰেম চতিয়াইছে চৌদিশে। কিছু কম পৰিছিল চাগে, কলিজা চেপি তেজ চতিয়াইছে। প্ৰেমৰ প্ৰতীক কাঁচিজোন টো আজিৰ...
তোমাৰ জীৱন নামৰ কিতাপখনৰ গোটেই অধ্যায়টো হব নোৱাৰিলো… তাতে কি হ'ল: !!! এটি পৃষ্ঠা হোৱাতোৱে মোৰ বাবে যথেষ্ট
তোমাৰ বুকুৰ সন্ধ্য চহৰত পোহৰ বিলোৱা মই এটি জোনাকী পৰুৱা