Blogger
চকু পানীৰ ভাষা শুনিছা নে তুমি? বৰ ধূনীয়া, সুমধূৰ, ছন্দে ছন্দ মিলোৱা লাৱনী সুৰ। শৰৎৰ পটত আঁকা জোনাক বিভোৰ।
তেন্তে এয়াই সমাপ্তি নেকি! য'ত সপোনবোৰ অদৃশ্য হৈ পৰিছে, অমানিশাৰ দিলচাখনত। সমুখত হেজাৰজন থাকিব পাৰে কিন্তু ৰৈ যাও মাথো তোমালে ।।।। বুকুত ৰৈ যোৱা এটি মিঠা বিষ হৈ তুমি।
অভিমানবোৰ যদিও বেছি তথাপিও ভালপোৱা কিন্তু কোনো গুনে কম নহয় কেতিয়াবা খং কৰিব পাৰোঁ কিন্তু বেয়া পাই কেতিয়াও নাথাকে।। তুমি অভিমানী হোৱা, তোমাৰ অভিমান দূৰ কৰা দায়িত্ব মোৰ আছিল।। সপোনৰ...
আৰু এটি শৰৎ, আৰু এটা বসন্ত, তোমাৰ মতেই হওক আৰু এটি মুহূৰ্ত। সময় শিল হ’লে, নিগৰি ওলাওক তুমিহীন প্ৰহৰবোৰ। জুবিন দাৰ গীতত জোনাক গলাৰ দৰে । দূৰ সুদূৰ, চকুৰে নমনা...
মোৰ জোন তোৰ হ’ব নোৱাৰিলো। তোৰ পদূলীৰেই আহিলো সেইদিনা। এন্ধাৰ আছিল যে চয়াময়াকে তোকেই দেখিলো নে তোৰ জীৱন সোৱঁৰণ তোক ঢাকি ৰখা ডাৱৰেহে জানিব । ডাৱৰতো বোকাৰ দাগ। বোকা শাওনৰ...
জোনাকৰ চাদৰখন আতৰি গ’লে তুমি দেখিবা, অমানিশা কিমান ধূনিয়া। য’ত নেথাকে অকৃতিম সম্পৰ্কৰ অযথা চাপ, আৰু ভালপোৱা ভাললগাৰ নেদেখা বান্ধ। মুকলিমূৰীয়া মূক্তচিত্ত, পাৰ হ’বা মায়াবৃত্ত, যেন এটি মতলীয়া পক্ষী, সৰ্বাকৰ্ষণৰ...
দুদিনীয়া জোনাকৰ এদিনীয়া পূৰ্নিমা। জোনাকৰ পূৰ্ণৰূপ ৰূপোৱালী স্বৰূপ। লেই লেই ছেই ছেই কাঁচি জোন কুৰুপ। মৰাহীত মৰহি যোৱা, একাদশীত লঘোনে থকা, দুতেলীয়া দূভেজীয়া, আজি অহা কালি যোৱা, মহিয়সী মহিৰূপ। জোনাক...
জোনাক, যৌৱন, চিন্তাৰ প্লাবন, গভীৰ নিদ্ৰা, মিঠা সপোন । ৰজনীগন্ধা, শেৱালী, দূৰনিৰ বাঁহী, সুৰাৰ ৰাগী, সন্তেকীয়া গ্লানী, সব চলিব । বচ কালি পুৱা উঠাই দিবা । ম’বাইলৰ ফুচ ফুচ, থিক...